সংস্কৰণ 11
1801 Varsity Drive
Raleigh, NC 27606-2072 USA
Phone: +1 919 754 3700
Phone: 888 733 4281
Fax: +1 919 754 3701
dmidecode সঁজুলিয়ে এতিয়া চিস্টেম ব্যৱস্থাপনা BIOS (SMBIOS) সংস্কৰণ 2.8 সমৰ্থন কৰে, যি বিস্তৃত হাৰ্ডৱেৰত dmidecode ক নিৰ্মাণসমূহ আৰু মোতায়েনসমূহ স্বচালন কৰিবলে সামৰ্থবান কৰে।
Red Hat Support Tool এ এতিয়া উন্নত ত্ৰুটি বাৰ্তা প্ৰদৰ্শন কৰে যেতিয়া সঁজুলিয়ে ডিবাগ চিহ্নসমূহ ডাউনল'ড কৰিব নোৱাৰে, উদাহৰণস্বৰূপ অপৰ্যাপ্ত ডিস্ক স্থানৰ বাবে।
redhat.repo ফাইল সৃজন কৰে আৰু yum সঁজুলিৰ বাবে অপেক্ষা নকৰে।
Subscription Type ফিল্ডক স্বাক্ষৰণ ব্যৱস্থাপক ত অন্তৰ্ভুক্ত কৰা হৈছে। আপুনি ফিল্ডক কমান্ড-লাইন আন্তঃপৃষ্ঠ আৰু লগতে গ্ৰাফিকেল ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠত দৰ্শন কৰিব পাৰিব যাতে আপুনি স্বাক্ষৰণৰ ধৰণৰ বিষয়ে জানে, যি স্বাক্ষৰণৰ ব্যৱহাৰ ড্ৰাইভ কৰা বৈশিষ্ট্যসমূহ নিৰ্ধাৰণ কৰে।
rhsm-debug system সঁজুলিয়ে এটা tar ফাইল সৃষ্টি কৰে যি বাগ সংবাদসমূহলৈ সংলঘ্ন কৰিবলে ফাইলসমূহ অন্তৰ্ভুক্ত কৰে।
subscription-manager list --available কমান্ডৰ আউটপুটলৈ দুটা নতুন ফিল্ড যোগ কৰা হৈছে। Provides ফিল্ডে চিস্টেমৰ যোগ্য উৎপাদনসমূহৰ নাম দেখুৱায়। Suggested ফিল্ডক সংগতি প্ৰদান কৰিবলে আৰু GUI ৰ সৈতে পাৰিটি প্ৰদান কৰিবলে যোগ কৰা হৈছে।
subscription-manager list --available কমান্ডৰ আউটপুটে এতিয়া স্টক-কিপিং একক (SKU) অন্তৰ্ভুক্ত কৰে।
virt-who সহায়ক Red Hat Enterprise Linux 5.11 ত চলিব, virt-who এ এতিয়া VMWare ESXi ৰ সৈতে সংযোগ কৰি Red Hat স্বাক্ষৰণ ব্যৱস্থাপকৰ বাবে হস্ট আৰু অতিথি মেপিং তথ্য প্ৰাপ্ত কৰিব পাৰিব।
| পুনৰীক্ষণৰ ইতিহাস | |||
|---|---|---|---|
| পুনৰীক্ষণ 0.0-0.0 | Tue Aug 05 2014 | ||
| |||