Welcome to Red Hat Documentation


Red Hat Documentation provides manuals, references and guides to the following Products:
Red Hat Enterprise Linux
Red Hat Enterprise Linux বিশ্বৰ আগশাৰীৰ মুক্ত উৎস থকা কাৰ্য্যপ্ৰণালী আৰু অনুপ্ৰয়োগ নিযুক্ত কৰাৰ মঞ্চ ।
এটা প্ৰমাণীত মঞ্চত, Red Hat Enterprise Linux এ আগবাঢ়াই এক শাৰীৰ:
  • অনুপ্ৰয়োগ — সহস্ৰ প্ৰমাণীত ISV অনুপ্ৰয়োগ ।
  • কাৰ্য্য নিযুক্তৰ বিকল্প — ইয়াত অন্তৰ্ভুক্ত আছে স্বত্বন্ত্ৰ বা ভাৰ্চুৱেল সেৱক, ক্লাউড কম্পিউটিং বা চালনাজ্ঞানৰ সঁজুলি ।
  • যান্ত্ৰিক সামগ্ৰীৰ বিকল্প — বিশ্বৰ আগশাৰীৰ যান্ত্ৰিক সামগ্ৰীৰ বিক্ৰেতাৰ দ্বাৰা উপলব্ধ বহু ধৰণৰ যান্ত্ৰিক সামগ্ৰীৰ মঞ্চ ।
Red Hat Documentation এ Red Hat Enterprise Linux ৰ সংস্থাপন, কাৰ্য্য নিযুক্ত কৰা আৰু ৰক্ষণাবেক্ষণৰ বাবে সহায়ক নথিপত্ৰৰ উপৰিও Cluster Administration, Red Hat Global File System, Red Hat Virtualization, Performance Tuning আৰু fault-tolerant Multipath I/O সম্বন্ধীয় নথিপত্ৰ দিয়ে ।
JBoss Enterprise Application Platform
JBoss Enterprise Application Platform হ'ল Red Hat ৰ উদ্যোগ-প্ৰস্তুত, Java অনুপ্ৰয়োগ আৰু সেৱাসমূহক সৃষ্টি, কাৰ্য্য নিযুক্ত কৰা আৰু হোস্ট কৰাৰ মুক্ত উৎসৰ সৰঞ্জাম । JBoss Enterprise Application Platform এ এটা ক্লাস্টাৰ কৰা Java EE application server ক object/relational মেপিং আৰু persistence (JBoss Hibernate) ৰ লগত এটা সম্পূৰ্ণ অনুপ্ৰয়োগৰ সংৰচনা(JBoss Seam) ক এক কৰে ।
Red Hat আলেখ্যনে JBoss সৰঞ্জামৰ ওপৰত এটা সম্পূৰ্ণ পুথিৰ গোট আগবঢ়াই, Hibernate আৰু Seam পছন্দ, সংস্থাপন আৰু সেৱক বিন্যাসৰ নিৰ্দেশক, JBoss Messaging আৰু Entity Manager আৰু Hibernate Annotations ৰ ওপৰত সম্পূৰ্ণ উল্লেখৰ সৈতে ।
JBoss Enterprise Service-Oriented Architecture (SOA) Platform
JBoss Enterprise SOA Platform এ এটা সম্পূৰ্ণ, সৰল আৰু মুক্ত ব্যৱসায়ৰ স্বয়ংক্ৰিয় কৰা মঞ্চ দিবলৈ JBoss Enterprise Application Platform ক JBoss Enterprise Service Bus (ESB), JBoss Rules (an open source and standards-based business rules engine) আৰু JBPM (the JBoss Enterprise Framework) ৰ সৈতে এক কৰে ।
JBoss Enterprise SOA Platform আলেখ্যনৰ পৃষ্ঠাত এখন JBoss Rules হাতপুথি, এখন JBPM ৰ বাবে ব্যৱহাৰকৰোঁতাৰ নিৰ্দেশক, ESB নিৰীক্ষণ আৰু প্ৰ'গ্ৰামিংৰ নিৰ্দেশক, এখন JBPM আৰু ESB ক এক কৰাৰ নিৰ্দেশক আৰু এখন ESB প্ৰশাসনৰ নিৰ্দেশক আছে ।
Red Hat Certificate System
Red Hat Certificate System এটা মুক্ত-উৎস, প্ৰকৃত-জীৱনেৰে টান কৰা, প্ৰমাণীকৰণৰ কৰ্ত্তৃপক্ষ । key archival, Online Certificate Status Protocol (OCSP) আৰু smartcard পৰিচালনাৰ সৈতে, ই প্ৰমাণপত্ৰৰ জীৱনৰ পৰিচালনাৰ সকলো অংশকে সমৰ্থন কৰে।
Red Hat আলেখ্যনে সম্পূৰ্ণ ব্যৱস্থাপ্ৰণালীলৈ এখন প্ৰশাসকৰ নিৰ্দেশক দিয়ে য'ত সংস্থাপন, কাৰ্য্য নিযুক্তক, OCSP, Registration Authorities, token processing, smart card কাৰ্য্য নিযুক্তক আৰু পৰিচালনা, প্ৰমাণপত্ৰ আৰু token পৰিচালনা, প্ৰমাণপত্ৰ উদ্ধাৰ কৰা আৰু Certificate ব্যৱস্থাপ্ৰণালীৰ পূৰ্ব সংস্কৰণ: the Netscape Certificate Management System ৰ পৰা গমন কৰাৰ বিষয়ে আছে ।
প্ৰশাসকৰ নিৰ্দেশকত এটা সম্পূৰ্ণ Access Control List (ACL) ৰ উল্লেখ আছে, যি সকলো উপ-ব্যৱস্থাপ্ৰণালীৰ বাবে প্ৰত্যেক ACL সম্পদৰ বিৱৰণ আৰু সংজ্ঞা দিয়ে, প্ৰত্যেক সম্পদে কি নিয়ন্ত্ৰণ কৰে আৰু প্ৰত্যেক সাম্ভাব্য কাৰ্য্য আৰু সেই কাৰ্য্যসমূহৰ ফলাফলক তালিকাভূক্ত কৰে ।
Red Hat Directory Server
Red Hat Directory Server এটা LDAP-ভিত্তিৰ সেৱক যি অনুপ্ৰয়োগৰ পছন্দ, ব্যৱহাৰকৰোঁতাৰ পাৰ্শ্বৰূপ, গোটৰ তথ্য, পলিচি, আৰু অভিগম নিয়ন্ত্ৰণৰ তথ্য এক স্থানত একত্ৰিত কৰে । এটা Identity Management ভিত্তিৰ এটা কেন্দ্ৰীয় ভঁৰাল সৃষ্টি কৰি, Red Hat Directory Server এ তথ্যৰ অতিৰিক্ততা আঁতৰাই আৰু তথ্যৰ নিৰীক্ষণ স্বয়ংক্ৰিয় কৰি, ব্যৱহাৰকৰোঁতাৰ পৰিচালনা সৰল কৰে । Red Hat Directory Server এ দুয়ো ভিতৰুৱা আৰু বাহিৰৰ অনুপ্ৰয়োগৰ বাবে, এটা স্বতন্ত্ৰ প্ৰমাণীকৰণৰ উৎস সৃষ্টি কৰে, এটা কাৰ্য্যকৰপ্ৰণালী ওপৰত নিৰ্ভৰ নকৰা, নে'টৱৰ্ক ভিত্তিৰ, ৰেজিস্ট্ৰিত পলিচি আৰু অভিগম নিয়ন্ত্ৰণৰ তথ্য সংৰক্ষিত কৰি সুৰক্ষাৰ বৃদ্ধি কৰে ।
Red Hat আলেখ্যনে Directory Server আৰু এটা সম্পূৰ্ণ আদেশ আৰু স্কিমা উল্লেখৰ সংস্থাপন, কাৰ্য্য নিযুক্তক, প্ৰশাসন আৰু নিজৰ পছন্দৰ মতে বিন্যাস কৰাৰ নিৰ্দেশক দিয়ে ।
Red Hat Enterprise MRG
Red Hat Enterprise MRG Realtime এটা সৰঞ্জামৰ গোট যি Red Hat Enterprise Linux ৰ মানপ্ৰাপ্ত অংশলৈ সৰঞ্জাম যোগ কৰে বা পুনঃ স্থাপন কৰে (ইয়াত আছে এটা real-time কাৰ্ণেল আৰুreal-time কাৰ্য্যক্ষমতা বিন্যাস আৰু উন্নত কৰা সৰঞ্জামৰ গোট) । Red Hat Enterprise Linux আৰু Red Hat Enterprise MRG ৰ জোটে মানপ্ৰাপ্ত সমাধানতকে ১০০ গুণ অধিক গতিৰ বিশ্বাসী, interoperable সম্বাদ প্ৰেৰণ কৰাৰ সুবিধা দিয়ে । ইয়াৰ উপৰিও, MRG য়ে এটা বিতৰণ কৰা গণনা কৰা grid ত ডাঙৰ গণনাৰ কাৰ্য্যক বিতৰণ কৰাৰ সময়তালিকাৰ সুবিধা দিয়ে ।
Red Hat আলেখ্যনে MRG সংস্থাপন আৰু কাৰ্য্য নিযুক্তকৰ বাবে, এটা messaging ট্যুট'ৰিয়েল, MRG Grid অংশৰ কাৰ্য্য নিযুক্ত কৰা আৰু এটা MRG real-time কাৰ্ণেল উন্নত ভাবে বিন্যাস কৰাৰ নিৰ্দেশক দিয়ে ।
Red Hat Network Satellite
Red Hat Network Satellite হ'ল Linux ব্যৱস্থাপ্ৰণালীৰ পৰিচালনাৰ সেৱক যি আপোনাৰ এটা সম্পূৰ্ণ, সুৰক্ষিত Linux কাৰ্য্য নিযুক্ত কৰা আৰু নিৰীক্ষণৰ ব্যৱস্থা আপোনাৰ নিজৰ সামগ্ৰীতে হোস্ট কৰিব দিয়ে । অকল Satellite সেৱকে Red Hat নে'টৱৰ্কলৈ সংযোগ কৰে, যাৰ বাবে সম্পূৰ্ণভাবে পৰিচালিত ব্যৱস্থাপ্ৰণালীত উন্নয়ন নিয়ন্ত্ৰণ কৰা সম্ভৱ হয় (ভাৰ্চুৱেলাইজ্‌ কৰা ব্যৱস্থাপ্ৰণালীও) । ইয়াৰ লগত provisioning অংশ যোগ কৰিলে আপোনাৰ নে'টৱৰ্কত bare-metal ব্যৱস্থাপ্ৰণালী যোগ কৰিব পাৰিব আৰু জনসাধাৰণৰ ইন্টাৰ্নে'টত ব্যৱস্থাপ্ৰণালী ন'থই সিহঁতক কাৰ্য্য নিযুক্তকৰ বাবে প্ৰস্তুত কৰিব পাৰিব ।
Network Satellite ৰ বাবে Red Hat আলেখ্যনত সংস্থাপন, কাৰ্য্য নিযুক্তক, গ্ৰাহকৰ বিন্যাস আৰু চেনেল পৰিচালনাৰ নিৰ্দেশক আছে । ইয়াৰ উপৰিও Network Satellite Server ৰ ওপৰত এটা সম্পূৰ্ণ Reference Guide আছে ।